Breaking News

গোলাঘাট নগৰত জ্বলিল বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ প্ৰতিকৃতি



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট নগৰত জ্বলিল বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ প্ৰতিকৃতি। শেহতীয়াকৈ বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ দেশখনত যি হিন্দু ধৰ্মীয়সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলিছে তাৰ তীব্ৰ বিৰোধীতাৰে গোলাঘাটনত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু সুৰক্ষা সেনা, অসমৰ গোলাঘাট জিলা সমিতিয়ে।



 সংগঠনটোৱে যদিহে বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ অনতিপলমে ৰোধ নহয় তেন্তে ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ দাবী জনায়। 

No comments