Breaking News

NRLৰ নগৰাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ ৰহস্যজনক মৃত্যু,বন্যপ্ৰাণী সুৰক্ষা আইনমতে ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।



ডিজিটেল ডেস্কঃ NRLৰ নগৰাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ ৰহস্যজনক মৃত্যু। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। 'হাতীৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰিব বিভাগে। বন্যপ্ৰাণী সুৰক্ষা আইনমতে ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।



No comments