Breaking News

২৮ ৰাজ্যৰ ভিতৰত অসমৰ স্থান ২৩ নম্বৰত। বঙাগাঁৱত সংবাদ মেল বিধায়ক অখিল গগৈৰ,মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰৰ অভিযোগ



ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁৱত বিধায়ক অখিল গগৈৰ সংবাদমেল। নিটি আয়োগৰ তথ্য সন্দৰ্ভত গগৈৰ ভাষ্য। বিজেপিয়ে অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিটি আয়োগৰ সমীক্ষাত দেশ ২৮ খন ৰাজ্যৰ ভিতৰত অসম হ’লগৈ ২৩ নম্বৰ স্থানত। অৰ্থাৎ, তলৰ পৰা ৬ নম্বৰত অসম । এনেকৈ হ’লে ১০০ বছৰতো অসম শ্ৰেষ্ঠ ৰাজ্য নহ’ব! সঠিক তথ্য লুকুৱাই মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰৰ অভিযোগ বিধায়ক অখিল গগৈৰ। 



অসমৰ মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ উদঙাই আজি বঙাইগাঁও প্ৰেছ ক্লাৱত ৰাইজৰ দলৰ সভাপতি সংবাদ মেল সম্বোধন।

No comments