Breaking News

এজন টেংকাৰ চালকৰ উদ্ভণ্ডালি


ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ৰ লেটেকুজান চাহ বাগিচাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত টেংকাৰ চালকৰ দৌৰাত্ম্য৷ চাহ বাগিচাৰ মাজত অবস্থান কৰি থকা বনৰীয়া হাতীৰ জাক এটা পথটো পাৰ হবলৈ লওতেই ইচ্ছাকৃত ভাবে হাতীক খুন্দিওৱাৰ চেষ্টা টেংকাৰ চালকৰ৷ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শীঘ্ৰেই টেংকাৰখন চিনাক্ত কৰি চালক জনৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে৷



No comments