Breaking News

বিজেপিত পদত্যাগৰ জোৱাৰ



ফাৰহান লস্কৰ, শিৱসাগৰঃ বিজেপিত পদত্যাগৰ জোৱাৰ । প্ৰাক্তন জিলা সভাপতি ড০ ভৱেন মহনৰ দল ত্যাগ । ভৱেন মহন শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি আছিল । বৰ্তমানৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ দল ত্যাগ নেতা গৰাকীৰ ।



No comments