Breaking News

শিৱসাগৰত ভাড়া ঘৰৰ মালিকৰ আক্ৰমনৰ বলি মহিলা



ফাৰহান লস্কৰ, শিৱসাগৰঃ শিৱসাগৰত ভাড়া ঘৰৰ মালিকৰ আক্ৰমনৰ বলি মহিলা,ডাষ্টবিনত সামগ্ৰী পেলোৱাকলৈ সৃষ্টি হয় এই সংঘাতৰ। শিৱসাগৰৰ ন আলিৰ আব্দুল ৰহমানৰ ভাড়াঘৰত ১২ বছৰ ধৰি বাস কৰা গীতা কুৰ্মী নামৰ মহিলা গৰাকীৰ অভিযোগ ভাড়া ঘৰৰ মালিকে শাৰিৰীক ভাৱে আক্ৰমন কৰাৰ | আব্দুল ৰহমানৰ আক্ৰমনত হাতত আঘাটপ্ৰাপ্ত হোৱাৰ অভিযোগ মহিলাগৰাকী | গীতা কুৰ্মীয়ে ঘটনাৰ সন্ধৰ্ভত শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল |



No comments