Breaking News

গোলাঘাটৰ সাংবাদিক বিকাশ শৰ্মাৰ বাসগৃহত উপস্থিত হৈ শৰ্মাৰ স্বাস্থ্যৰ খবৰ ল’লে 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ অধ্যক্ষ জয়ন্ত বৰুৱায়



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ অধ্যক্ষ জয়ন্ত বৰুৱা। বিশিষ্ট সাংবাদিক বিকাশ শৰ্মাৰ বাসগৃহত উপস্থিত হৈ শৰ্মাৰ স্বাস্থ্যৰ বুজ লয় সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। দীৰ্ঘসময় ধৰি সাংবাদিক শৰ্মাৰ সৈতে বাৰ্তালাপ কৰে অধ্যক্ষ বৰুৱা। কেইবাদশকধৰি গোলাঘাটৰ পৰা অসমীয়া প্ৰতিদিন কাকতৰ সৈতে জড়িত হৈ আহিছে সাংবাদিক বিকাশ শৰ্মা। উল্লেখ্য কিছু দিন ধৰি শাৰীৰিক অসুস্থ হৈ আছে গোলাঘাটৰ প্ৰতিদিনৰ সাংবাদিকগৰাকী। সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰীগৰাকীক তেখেতৰ কা


ষত পায় মনত সাহস পোৱা বুলি উল্লেখ কৰি সাংবাদিক বিকাশ শৰ্মাই।

No comments