Breaking News

নুমলীগড়ত চোৰৰ দললৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী৷



ডিজিটেল সংবাদঃ নুমলীগড়ত চোৰৰ দললৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী৷ ফুলনিবাৰীত ছজনীয়া চোৰৰ দললৈ গুলীচালনা আৰক্ষীৰ৷ নলবাৰীৰ সোণাবৰ আলী, আব্দুল কালাম, জয়দুল আলীক আটক আৰক্ষীৰ৷ ঘটনাস্থলীৰ পৰা পলায়ন ৩টা চোৰৰ৷ ঘটনানুসৰি নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফুলনিবাৰীত  পুৱতি নিশা  চোৰৰ  দললৈ লক্ষ্য কৰি  নুমলীগড় আৰু গোলাঘাট আৰক্ষীৰ গুলিচালনাৰ । 



ছয় জনীয়া চোৰৰ এটা  দলে  এটা  টাৱাৰ সামগ্ৰী চুৰি কৰাৰ চেষ্টা। চোৰৰ দলটোলৈ লক্ষ্য কৰি  আৰক্ষীৰ গুলীচালনা গুলীচালনাৰ  পিছতে গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে কৰায়ত্ত কৰে চোৰৰ দলটোৰ তিনিটাকৈ চোৰক। পলাই যাবলৈ সক্ষম হয় আন তিনিটা চোৰ। বৰ্তমান নুমলীগড় আৰক্ষীয়ে  চোৰৰ  দলটোক জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত।

No comments