শিৱসাগৰত ত্ৰিৰংগাৰ ৰঙেৰে উদ্ভাসিত ঐতিহাসিক "ৰংঘৰ"
ফাৰহান লচকৰ, শিৱসাগৰঃ হৰ ঘৰ ত্ৰিৰংগা, শিৱসাগৰত ত্ৰিৰংগাৰ ৰঙেৰে উদ্ভাসিত ঐতিহাসিক "ৰংঘৰ"। ত্ৰিৰংগাৰ ৰঙেৰে নিশা এক আটক ধুনীয়া "ৰংঘৰ"ৰ দৃশ্যই মন মোহিব সকলোকে । হৰ ঘৰ ত্ৰিৰংগা । জাতীয় পতাকা ১৩-১৫ আগষ্টলৈ দেশৰ সকলো নাগৰিকক নিজ নিজ গৃহসমূহত উৰুৱাই ৰখা নিৰ্দেশ ভাৰত চৰকাৰৰ । ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকৰ ই হ'ব এক অটুলনীয় নিদৰ্শন । সমগ্ৰ ৰাজ্যৰ লগতে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত "আজাদী কা অমৃত মহোৎসৱ" উপলক্ষ্যে আটক ধুনীয়াকৈ সজাই তোলা হৈছে ঐতিহাসিক "ৰংঘৰ" । শিৱসাগৰত ত্ৰিৰংগাৰ ৰঙেৰে উদ্ভাসিত ঐতিহাসিক "ৰংঘৰ"। ত্ৰিৰংগাৰ ৰঙেৰে নিশা এক আটক ধুনীয়া "ৰংঘৰ"ৰ দৃশ্যই মন মোহিব সকলোকে । স্বাধীনতা দিৱস উপলক্ষে ন ৰূপত সজাই পৰাই তোলা হৈছে শিৱসাগৰৰ ঐতিহাসিক "ৰংঘৰ" ।
No comments