Breaking News

দুৰ্গা পূজাত গোলাঘাট নগৰৰ অস্থায়ী দোকানসমূহৰ অনুমতি বাতিল

 


ডিজিটেল সংবাদ,গোলাঘাটঃ ৰাজ্য চৰকাৰে যোৱা ৭ অক্টোবৰত দিয়া নিৰ্দেশনা আৰু গোলাঘাট জিলাত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শাৰদীয় দুৰ্গা পূজা উপলক্ষে গোলাঘাট নগৰৰ জি ডি ৰোডৰ কাষত গোলাঘাট পৌৰ সভাই অস্থায়ীভাৱে দোকান দিয়াৰ বাবে প্ৰদান কৰা অনুমতি প্ৰত্যাহাৰ কৰা হৈছে।জিলা দণ্ডাধীশে জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ এই সম্পৰ্কীয় নিৰ্দেশ জাৰি কৰিছে।

No comments